বৰ্ষপুতি আৰু নবাগত আদৰণী সভা

মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষপুতি আৰু নবাগত আদৰণী সভা যোৱা ইংৰাজী ১ ছেপ্টেম্বৰ,২০১৯ তাৰিখে অনুষ্ঠিত হৈ যায়৷ মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰি অধ্যক্ষ মহোদয়ে দিনজোৰা কাৰ্যসুচীৰ শুভাৰম্ভ কৰে৷ প্ৰথমতে আৰম্ভ হোৱা মুকলি সভাত উপস্থিত থাকে দৰং জিলাৰ উপায়ুক্ত ঘনশ্যাম দাস ডাঙৰীয়া, অতিৰিক্ত সহকাৰী Read more