সমবেত সংগীত আৰু বনগীত প্ৰতিযোগিতাত অংশগ্ৰহণ

৩১ মাৰ্চ, ২০১৯ তাৰিখে সামাজিক-সাস্কৃতিক অনুষ্ঠান ‘স্বৰলিপি’ৰ দ্বাৰা আয়োজিত সদৌ অসম ভিত্তিত সমবেত সংগীত আৰু একক(বনগীত)প্ৰতিযোগিতাত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে  অংশগ্ৰহণ কৰে । বাহিৰৰ পৃথিৱীখন এবাৰ চোৱাৰ, নতুন কিবা এটা জনাৰ, শিকাক প্ৰধান উদ্দেশ্য হিচাপে লৈ নিজৰ খোলাটোৰপৰা প্ৰথমবাৰৰ কাৰণে ওলাই গৈ Read more