বিষ্ণু ৰাভা দিৱস

২০ জুন তাৰিখে মহাবিদ্যালয় প্ৰাংগণত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস  উদযাপন কৰা হয় ৷ এই দিৱসৰ লগত সংগতি ৰাখি, একাধাৰে কবি, গীতিকাৰ, চিত্ৰশিল্পী, বাদ্যকাৰ, বিপ্লৱী, ৰাজনীতিবিদ, অভিনেতা,সুৰকাৰ ৰাভাৰ বৰেণ্য জীৱন আৰু দৰ্শন সৰ্ম্পকে মাননীয় অধ্যক্ষ মহোদয়ে ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি এলানি বহুমূলীয়া বক্তৃতা আগবঢ়ায়|